বয়সস্থ মুছলমান লোকে এগৰাকী কম বয়সীয়া যুৱতীক বিয়া কৰোৱাৰ এই ভিডিঅ’টো স্ক্ৰীপ্টেড।
শেহতীয়াকৈ কইনাৰ পোছাক পৰিহিত এগৰাকী কম বয়সীয়া যুৱতীক দৰাৰ পোছাক পৰিহিত এজন বয়সস্থ মুছলমান লোকে টনা আজোৰা কৰি থকাৰ এক দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “এনে ঘটনা যদি #হিন্দু_সমাজত সংঘটিত হ’লহেঁতেন , তেন্তে ই #আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিৰোনাম দখল কৰিলেহেঁতেন…” Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]
Continue Reading
