Y ক্ৰম’জম ক্ৰমান্বয়ে নোহোৱা হৈ গৈ এসময়ত পুৰুষ প্ৰজাতিটো নিঃশেষ হৈ যাব  নেকি? জানক সবিশেষ।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ বাৰ্তা প্ৰচাৰ কৰা হৈছে যে বিশ্বত ভৱিষ্যতে বিলুপ্ত হ’ব পুৰুষ। ভিডিঅ’টোত উল্লেখ কৰা হৈছে যে ভৱিষ্যতে বিশ্বত মহিলাই আধিপত্য বিস্তাৰ কৰিব, মহিলাৰ হাতলৈ যাব বিশ্ব। আগন্তুক সময়ত পৃথিৱীত কেৱল মহিলাৰ হে জন্ম হ’ব, পুৰুষৰ জন্মৰ হাৰ প্ৰায় নাইকিয়া হৈ পৰিব। ইয়াকো কোৱা হৈছে যে এটা সমীক্ষাত দাবী […]

Continue Reading