বাংলাদেশৰ বাবে ভাৰতৰ ট্ৰেন্সশ্বিপমেণ্টৰ সুবিধা প্ৰত্যাহাৰ সন্দৰ্ভত এক ব্যাখ্যাত্মক লেখা।

পাতনি আমাৰ দেশ ভাৰতবৰ্ষই বাংলাদেশক ভাৰতীয় স্থল শুল্ক ষ্টেচনৰ জৰিয়তে তৃতীয় দেশলৈ সামগ্ৰী ৰপ্তানি কৰাৰ অনুমতি দিয়া ট্ৰেন্সশ্বিপমেণ্ট ফেচিলিটি বাতিল কৰিছে। বাংলাদেশৰ ৰপ্তানি সামগ্ৰীৰ বাবে ভাৰতে এটা গুৰুত্বপূৰ্ণ ট্ৰেন্সশ্বিপমেণ্ট সুবিধা প্ৰত্যাহাৰ কৰিছে, যাৰ ফলত চুবুৰীয়া দেশখনৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব পাৰে। আমাৰ আজিৰ এই লেখাত এই পৰিস্থিতি আৰু ইয়াৰ সম্ভাৱ্য পৰিণতিৰ বিষয়ে কিছু কথা লিখা […]

Continue Reading

ৰাহুল গান্ধীয়ে ৱায়ানাডৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰা নাই। দাবীটো ভুৱা।

ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি খবৰ নিশ্চিত হোৱাৰ পাছৰেপৰা ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীক কটাক্ষ কৰি বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বৰ্তমান পৰিৱেশ টোৱে ৰাজনীতিৰ হয়। গতিকে যিফালে চাওঁ ৰাজনীতিৰে কথা। কালি দেখিলো আমেঠীত স্মৃতি ইৰাণীৰ লগত প্ৰতিযোগিতা কৰি ২০১৯ পৰাস্ত হোৱা ৰাহুল গান্ধীয়ে […]

Continue Reading