বাৰানসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰ দৃশ্য শিলিগুৰি-গুৱাহাটী বন্দে ভাৰতৰ বুলি বিভ্ৰান্তিকৰভাবে প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ এক সংবাদ প্ৰতিষ্ঠানে নিজৰ ফেচবুক পেজত এটা বাতৰি পৰিবেশন কৰি তাত এটা ভিডিঅ’ ব্যৱহাৰ কৰিছে। বাতৰিটোত সেয়া শিলিগুৰি-গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছৰ.দৃশ্য বুলি দাবী কৰা হৈছে।  দৃশ্যটোত এখন ৰেলৰ ভিতৰৰ ডবা এটাত ওপৰৰ পৰা পানী পৰি থকা দেখা গৈছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

২০১৬ত  ট্ৰাম্পে কৰা এক ভেঙুচালিকে পানীৰ বাবে পাকিস্তানক ঠাট্টা কৰি বুলি প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে সিন্ধু নদীৰ পানী বন্ধ কৰা কাৰ্যক সমৰ্থন কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পাকিস্তানক ইতিকিং কৰিছে ‘Help, Help, I Need Water’ বুলি।  Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? […]

Continue Reading

যুদ্ধবিদ্ধস্ত গাজাৰ পুৰণি দৃশ্যকে পানীৰ অভাৱত পৰা পাকিস্তানী নাগৰিকৰ শেহতীয়া পৰিস্থিতি বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানলৈ যোৱা পানী বন্ধ কৰি দিয়াৰ পাছত পাকিস্তানৰ নাগৰিকৰ মাজত পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভিডিঅ’টোত দেখা গৈছে যে একাংশ পুৰুষ-মহিলাই হাতে হাতে পাত্ৰ লৈ কোনো সামগ্ৰীৰ বাবে হাহাকাৰ কৰিছে। কন্দা কটা কৰিছে। সেই ভিডিঅ’টোৰে ব্যৱহাৰকাৰীয়ে সেয়া পাকিস্তানৰ শেহতীয়া পানীৰ […]

Continue Reading