War Thunder নামৰ চিমুলেছন গেমৰ দৃশ্য ইৰাণে ইজৰাইলৰ যুদ্ধ বিমান ধ্বংস কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।
শেহতীয়াকৈ ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ফটো আৰু দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো সাম্প্ৰতিক সময়ত হৈ থকা ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ সময়ৰ ভিডিঅ’ বুলি দাবী কৰিছে। ভিডিঅ’টো আপলোড কৰি লিখিছে- ইজৰাইলৰ F35 ইৰাণে ধ্বংস কৰাৰ দৃশ্য। Facebook Link Archived […]
Continue Reading