ইৰাণে ২০২৫ৰ জুনত ইজৰাইলৰ তেল আভিভত চলোৱা আক্ৰমণৰ পুৰণি দৃশ্য়কে ইৰাণৰ ওপৰত ইজৰাইলে শেহতীয়াকৈ কৰা মিছাইল আক্ৰমণ  বুলি প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলে ইৰাণৰ ওপৰত মিছাইলেৰে কৰা শেহতীয়া ভয়ংকৰ আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। লিখিছে-  ইৰাণৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। মধ্য-প্ৰাচ্যত তীব্ৰ উত্তেজনা। এই যুদ্ধই ল’ব নেকি ভয়ংকৰ ৰূপ? অধিক খবৰৰ বাবে চকু ৰাখক। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ […]

Continue Reading

আলজেৰিয়াৰ ফুটবল সমৰ্থকৰ আনন্দ আৰু আতচবাজিকে ইৰাণৰ ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণ  বুলি প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণে শ শ মিছাইলেৰে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। লিখিছে- ইৰাণৰ ভয়ংকৰ মিছাইল আক্ৰমণ! ইজৰাইলত হাহাকাৰ! (প্ৰকৃত ফুটেজ) অৱশেষত ইৰাণে ল’লে প্ৰতিশোধ! ইজৰাইলৰ বুকুত কঁপনি তুলি শ শ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ইৰাণৰ সেনাই। ইজৰাইলৰ আকাশমাৰ্গত এতিয়া কেৱল মিছাইলৰ পোহৰ। আইৰন ডোম […]

Continue Reading

ৱাৰ থাণ্ডাৰ নামৰ এটা অনলাইন গেমৰ ক্লিপ এটাকে ইৰাণৰ যুদ্ধ বিমানৰ আক্ৰমণ বুলি প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণৰ এখন যুদ্ধ বিমান। দৃশ্যটোত দেখা যায় যে এখন ফাইটাৰ যুদ্ধবিমানে অহৰহ মিছাইল নিক্ষেপ কৰিছে আৰু তলত থকা সেনা বাহিনীৰ এটা কনভয়ৰ ওপৰত আক্ৰমণ কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা […]

Continue Reading

ভাৰত-পাকিস্তানৰ যুদ্ধ সন্দৰ্ভত ডনাল্ড ট্ৰাম্পৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।   

শেহতীয়াকৈ অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা বাতৰি সম্প্ৰচাৰ কৰা হৈছে। বাতৰিটো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শেহতীয়া এক বক্তব্যক লৈ কৰা হৈছে। বাতৰিটোত কোৱা হৈছে যে ট্ৰাম্পে যোৱা ২৫ ফেব্ৰুৱাৰী ২০২৫ত ষ্টেট অৱ দ্য ইউনিয়নৰ বাৰ্ষিক ভাষণত ট্ৰাম্পে কৰা কেইটামান মন্তব্যৰ কথা প্ৰকাশ কৰা হৈছে। কোৱা হৈছে যে ট্ৰাম্পে ভাষণত কৈছিল- “মই নাথাকিলে পৰমাণু […]

Continue Reading

ইউটিউবাৰৰ ভিডিঅ’ৰ দৃশ্যকে ইউক্ৰেইনৰ খেতিপথাৰত যুদ্ধ টেংক ব্যৱহাৰ হোৱা বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ আপলোড কৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এখন যুদ্ধত ব্যৱহৃত টেংকেৰে খেতি মাটি চহোৱা হৈছে। দাবী কৰা হৈছে যে সেইখন ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত ব্যৱহৃত এখন Chieftain যুদ্ধ টেংক ইউক্ৰেইনত খেতি চহোৱাত ব্যৱহৃত হৈছ। লিখা হৈছে- ৰাছিয়া-ইউক্ৰেইন যু*দ্ধত ব্যৱহৃত ৰুছি Chieftain যু*দ্ধ টেংক ইউক্ৰেইনত ব্যৱহৃত হ’ল […]

Continue Reading

ভাৰতৰ ৰাজস্থানৰ পুৰণি অপ্ৰাসংগিক ভিডিঅ’ আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ আফগানিস্তান আৰু পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে। আফগানিস্তানে ডুৰাণ্ড লাইন দখল কৰা বুলিও খবৰ আহিছে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। ভিডিঅ’টোৰ প্ৰথম দৃশ্যাংশত এখন বিমান ধ্বংসপ্ৰাপ্ত হৈ জ্বলি থকা দেখা গৈছে আৰু আনটো দৃশ্যাংশত টেংকাৰ আৰু অন্যান্য গাড়ীৰ কনভয় এটা গৈ থকা দেখা গৈছে। দাবী কৰা হৈছে […]

Continue Reading

ছান ডিয়েগোৰ ‘নো কিংছ’ প্ৰতিবাদৰ দৃশ্যকে আমেৰিকাৰ ইৰাণ আক্ৰমণৰ বিৰুদ্ধে উলিওৱা প্ৰতিবাদ  বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ। 

শেহতীয়াভাৱে ইজৰাইল আৰু ইৰাণৰ মাজত চলা যুদ্ধৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ চলোৱা বাবে আমেৰিকাৰ ৰাজপথত সৃষ্টি হোৱা প্ৰতিবাদৰ দৃশ্য।   Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

টাজিকিস্তানৰ ৰেষ্টুৰেণ্টত জুই লগা দৃশ্যকে ইজৰাইলৰ গৃহ বিভাগৰ মুখ্য কাৰ্যালয়ত ইৰাণৰ মিছাইল আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে ইজৰাইল আৰু ইৰাণৰ মাজত চলা যুদ্ধৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ইৰাণে ইজৰাইলৰ গৃহ বিভাগৰ মুখ্য কাৰ্যালয় মিছাইল আক্ৰমণেৰে ধ্বস কৰি দিয়া দৃশ্য।   Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

২০২৩চনৰে এখন ফটো শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে মাটিৰ তলত আশ্ৰয় লোৱা বুলি বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে ইজৰাইল আৰু ইৰাণৰ মাজত চলা যুদ্ধৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ ফেচবুকতো তেনেকুৱা ফটো আৰু ভিডিঅ’ বিয়পি পৰা আমাৰ দৃষ্টিগোচৰ হৈছে। অসমৰ এটা ফেচবুক পেজে যুদ্ধৰ সময়চোৱাত এখন ফটো আপলোড কৰি দাবী কৰিছে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু নাগৰিকে মাটিৰ ৬০ফুট তলত বাংকাৰ সাজি আইডিএফৰ মুখ্য কাৰ্যালয়ত […]

Continue Reading

২০১৬ চনৰে পৰা ইণ্টাৰনেটত উপলব্ধ ফটোৰে শেহতীয়াকৈ পাকিস্তানী সেনাই আফগান সেনাৰ ওচৰত আত্মসমৰ্পন কৰা বুলি বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন অতি শেহতীয়া পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ যুদ্ধৰ সময়ৰ। দাবী কৰা হৈছে যে ফটোখনত পাকিস্তানৰ একাংশ সৈনিকে আফগানিস্তানৰ ওচৰত আত্মসমৰ্পন কৰিছে। পোষ্টটোত লিখিছে- পাকিস্তানী সেনা আৰু আফগান বাহিনীৰ মাজত চলি থকা তীব্ৰ যুদ্ধৰ মাজতে আহিছে এক আমোদজনক খবৰ। পাকিস্তান আৰু আফগান […]

Continue Reading