২০২৫ৰ ২৯ জানুৱাৰীত ৱাকফ (সংশোধনী) বিধেয়কৰ খচৰা গ্ৰহণৰ অন্তত হোৱা চাহমেলৰ ভিডিঅ’ এটা বিধেয়কখনৰ এপ্ৰিলত মাহৰ আৰম্ভনীতে হোৱা বিতৰ্কৰ পাছৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।    

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ বিয়পি পৰিছে এই দাবীৰে যে ভিডিঅ’টোত দেখা আছাদুদ্দিন ওৱেইছিকে ধৰি একাংশ বিৰোধী সাংসদে বিজেপিৰ সাংসদৰ সৈতে মিলি অতি শেহতীয়া ৱাকফ (সংশোধনী) বিধেয়কৰ বিতৰ্ক শেষ হোৱাৰ পাছতেই সংসদৰ বাহিৰত এইদৰে চাহমেলত হাঁহি ফুৰ্তি কৰিছিল। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ৪ এপ্ৰিল ২০২৫ত দিয়া পোষ্টটোত এই ভিডিঅ’টোৰ জৰিয়তে দাবী কৰিছে যে এইটো ৱাকফ (সংশোধনী) […]

Continue Reading