বৃন্দাবনী বস্ত্ৰঃ ঐতিহ্য,সম্পদ আৰু অসমীয়াৰ আবেগ
প্ৰস্তাৱনাঃ বৃন্দাবনী বস্ত্ৰ হৈছে অসমৰ ধৰ্ম–সাংস্কৃতিক ঐতিহ্যৰ এক অমূল্য সম্পদ। ই ১৬শ শতাব্দীৰ মহান বৈষ্ণৱ সন্ত শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱৰ পথপ্ৰদৰ্শনতে জৰী শিল্পীদ্বাৰা নিৰ্মিত হৈছিল। বৃন্দাবনী বস্ত্ৰ বিশ্ববিখ্যাত এই কাৰণে যে ই কেৱল এখন কাপোৰ নহয়, ই শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলা–কাহিনীৰ চিত্ৰবস্ত্ৰ। এই লেখাত বৃন্দাবনী বস্ত্ৰ সম্পৰ্কত কিছু কথা সংক্ষেপতে লিখা হৈছে। বৃন্দাবনী […]
Continue Reading
