AI Generated পুৰণি দৃশ্যকে ইথিওপিয়াৰ আগ্নেয়গিৰি উদ্গিৰণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া যোৱা ২৩ নৱেম্বৰ ২০২৫ত ইথিওপিয়াত হোৱা হেইলি গুব্বি আগ্নেয়গিৰি ভয়ংকৰ উদ্গিৰণৰ দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ। […]

Continue Reading

এয়া ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি কৰা দাবীটো আংশিকভাৱে মিছা। 

যোৱা ৩০ জুলাই ২০২৫ত অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখুওৱা দৃশ্যসমূহ ৰাছিয়াত হোৱা শেহতীয়া ৮.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ সময় দৃশ্য। গোটেই ভিডিঅ’টোত মুঠ চাৰিটা ভিন্ন দৃশ্য আছে। ভিডিঅ’টোত লিখিছে-  ৮.৭ প্ৰাব্যলৰ ভূমিকম্পত ৰাছিয়াত ভয়ংকৰ পৰিস্থিতি ভয়ংকৰ ভূমিকম্পৰ পাছতে ৰাছিয়াৰ সাগৰত ছুনামিৰ প্ৰভাৱ সাগৰপৃষ্ঠৰ পৰা ১৩ ফুট পৰ্যন্ত উঠিছে […]

Continue Reading