হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ ফটো সম্পাদনা কৰি ভুল বাৰ্তা প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কন্যাৰ মিঞা যুৱকৰ সৈতে সম্পৰ্ক আছে আৰু তেওঁ মুম্বাইত সেই যুৱকৰ সৈতে লিভ-ইন ৰিলেশ্বনশ্বিপত আছে। ফটোখনত আমি দেখা পাওঁ মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু তেওঁৰ কন্যাৰ সৈতে এগৰাকী ইছলামধৰ্মী টুপি পৰিহিত যুৱক।  Facebook Link Archived Link Facebook […]

Continue Reading

মোদী-শ্বাহৰ ফটোত চিঞাহী পেলাই প্ৰতিবাদ কৰা দৃশ্যটো পুৰণি আৰু অন্য প্ৰসংগৰ। 

শেহতীয়াকৈ অসমৰ এটা ডিজিটেল সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা ভিডিঅ’ৰ জৰিয়তে শেহতীয়াকৈ দেশত ইউজিচিৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদৰ  বাতৰি সম্প্ৰচাৰ কৰা হৈছে। আপলোড কৰা ভিডিঅ’টোত প্ৰতিবাদৰ কেইবাটাও দৃশ্য দেখুওৱা হৈছে। তাৰে এটা দৃশ্যত আমি দেখোঁ যে কেইগৰাকীমান ব্যক্তিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো সম্বলিত এখন বেনাৰত দুয়োগৰাকী নেতাৰ ফটোতেই ক’লা চিঞাহী […]

Continue Reading

ডেনমাৰ্কৰ সংসদত জীৱ-জন্তু ক্ৰয়ক লৈ হোৱা আলোচনাকেন্দ্ৰীক দৃশ্যকে ট্ৰাম্পৰ শান্তিৰ নবেল সম্পৰ্কত মিছাকৈ প্ৰচাৰ কৰা হৈছে।   

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শান্তিৰ নোবেল বঁটাৰ দাবী কৰাৰ পাছত ডেনমাৰ্কৰ সংসদত সাংসদ সকলে হাঁহি হাঁহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকছনে কোনো এটা কথাত নিজৰ হাঁহি ৰখাব পৰা নাই আৰু তাৰ পাছতে সংসদত বহি থকা […]

Continue Reading

হিজাব খুলি,খামেইনীৰ ফটো জ্বলাই কৰা এই প্ৰতিবাদ ইৰাণৰ নহয়, ফ্ৰান্সৰ একাংশ সমাজকৰ্মীৰ হে। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে কেইগৰাকীমান যুৱতীয়ে হিজাব খুলি পেলাইছে। তাৰ পাছতে তেওঁলোকে ইৰাণৰ শাসক খামেইনীৰ ফটোত জুই জ্বলাই দিছে। এই ভিডিঅ’টোৰে দাবী কৰা হৈছে যে ইৰাণত এইদৰে বহুকেইগৰাকী যুৱতীয়ে খামেইনী তথা শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে, প্ৰতিবাদ কৰিছে।  Facebook Link Archived Link কিন্তু […]

Continue Reading

হিজাব খুলি প্ৰতিবাদ কৰা এই যুৱতীগৰাকী ইৰাণৰ নহয়, ফ্ৰান্সৰ সমাজকৰ্মী কেমিল ইৰছহে। 

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এগৰাকী যুৱতীয়ে হিজাব খুলি পেলাইছে। তাৰ পাছতে তেওঁ পিন্ধি থকা জেকেটটো খুলি দিয়ে আৰু দেখা যায় যে তেওঁ পিন্ধি থকা চোলাটোত ইৰাণৰ শাসক খামেইনীৰ বিৰুদ্ধে এশাৰি বাক্য লিখা আছে। এই ভিডিঅ’টোৰে দাবী কৰা হৈছে যে ইৰাণত এইদৰে এগৰাকী […]

Continue Reading

২০১৯ৰ ডেনমাৰ্কৰ সংসদৰ দৃশ্যকে ২০২৬ৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে।   

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গ্রীনলেণ্ডক দখল কৰিব বুলি দিয়া ধমকৰ পাছত ডেনমাৰ্কৰ সংসদত সাংসদ সকলে হাঁহি হাঁহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকছনে কোনো এটা কথাত নিজৰ হাঁহি ৰখাব পৰা নাই আৰু তাৰ পাছতে সংসদত বহি […]

Continue Reading

ভিবিএছএছ প্ৰশিক্ষণ চলোৱা দৃশ্যকে বেলা ১ দখলৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে।   

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া আমেৰিকাৰ বিশেষ বাহিনীয়ে ৰাছিয়াৰ তেল টেংকাৰ ‘বেলা ১’ দখল কৰাৰ দৃশ্য।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত […]

Continue Reading

নাইট ষ্টকাৰৰ পুৰণি ভিডিঅ’কে আমেৰিকাৰ শেহতীয়া ভেনিজুৱেলা আক্ৰমণৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে।  

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই দৃশ্য আমেৰিকাই যোৱা ৩জানুৱাৰী ২০২৬ত ভেনিজুৱেলাত আক্ৰমণ কৰা সময়ৰ।  Facebook Link  Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি […]

Continue Reading

AI Generated ফটোৰে নিকোলাছ মাডুৰোক বন্দী কৰা বুলি দাবী কৰা হৈছে।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত তিনিখন ফটো আপলোড কৰি দাবী কৰা হৈছ যে সেয়া আমেৰিকাৰ দ্বাৰা শেহতীয়াকৈ বন্দী কৰোৱা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ ফটো। Facebook Link Archived Link ইনষ্টাগ্ৰামতো একেই দাবীৰে সেই ফটোকেইখন আপলোড কৰা হৈছিল।  Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  […]

Continue Reading

আমেৰিকান সেনাৰ বিশেষ কমাণ্ড কেপেবিলিটি এক্সাৰচাইজৰ পুৰণি দৃশ্যকে ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ শেহতীয়া অভিযানৰ  বুলি দাবী কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া আমেৰিকাই শেহতীয়াভাৱে ভেনিজুৱেলাৰ ওপৰত কৰা আক্ৰমণৰ ভিডিঅ’ ।  Facebook Link Archived Link ইনষ্টাগ্ৰামতো একেই দাবীৰে সেই ভিডিঅ’টো আপলোড কৰা হৈছিল।  Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ […]

Continue Reading