২০২৩ চনত গীতৰ প্ৰচাৰৰ বাবে বাৰানসীত উপস্থিত হোৱা ছানী লিয়নীৰ ভিডিঅ’ শেহতীয়া মহাকুম্ভৰ গংগা স্নানৰ বুলি মিছাকৈ ভাইৰেল কৰা হৈছে।
শেহতীয়াভাবে অসমৰ একাংশ হোৱাটছএপ ব্যৱহাৰকাৰীৰ মাজত এটা বিশেষ ভিডিঅ’ বহুলভাৱে প্ৰচাৰিত হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগতভাৱেও সেই ভিডিঅ’টো প্ৰেৰণ কৰি দাবী কৰা হৈছে যে অভিনেত্ৰী ছানী লিয়নীয়ে মহাকুম্ভ মেলাত গংগানদীত স্নান কৰিছে। “কুম্ভমেলাত গংগা স্নান কৰিলে ছানী লিয়নে, মহাকুম্ভত পূণ্য অৰ্জন কৰিবলৈ এয়া ছানী লিওনী” আদি কেপছনেৰে ছানী লিয়নীৰ সেই ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে। […]
Continue Reading