২০১৫ চনৰ সূৰ্যগ্ৰহণৰ দৃশ্যকে শেহতীয়া ৮ এপ্ৰিলৰ সূৰ্যগ্ৰহণৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ বাৰুকৈয়ে চৰ্চিত হৈছে। যোৱা ৮ এপ্ৰিলত এই বছৰটোৰ এক বিৰল মহাজাগতিক পৰিঘটনা হিচাপে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ সংঘটিত হৈছিল। সেই দৃশ্য দক্ষিণ আমেৰিকা, মেক্সিকো, কানাডা আদিৰ পৰা খালি চকুৰেও দেখা পোৱা গৈছিল। তাৰ পাছতেই অসমৰ ফেচবুকতো সূৰ্যগ্ৰহণৰ দৃশ্য বুলি কিছুমান দৃশ্য প্ৰচাৰ হোৱা দেখা গৈছে। তাৰে ভিতৰত এটা দৃশ্য অসমৰ এটা […]

Continue Reading

ৰাজস্থানৰ ছমাহ পুৰণি ঘটনাৰ দৃশ্য কেৰালাৰ বুলি দাবী কৰি ফেচবুকত প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ চৰ্চিত হোৱা দেখা গৈছে। এটা ৰেলৰ আলিত শিল আৰু অন্য সামগ্ৰী দি থোৱা দৃশ্যৰ ভিডিঅ’টোৰে দাবী কৰা হৈছে যে সেয়া কেৰালাৰ দৃশ্য। কেৰালাত মুছলমান লোকে তেনেকৈ ৰেলৰ ক্ষতিসাধন কৰাৰ বাবে ৰেলৰ আলিত শিল দি থোৱা বুলি কোৱা হৈছে। এটা ফেচবুক পেজত সেই ভিডিঅ’টো আপলোড কৰি লিখা হৈছে – #BreakingNews […]

Continue Reading

পশ্চিমবংগৰ মালডাৰ বিজেপি অফিচ লণ্ডভণ্ড কৰা পুৰণি দৃশ্য অসমৰ বুলি পুনৰ ভাইৰেল।

২০২৪ চনৰ ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ দ্বাৰা ১৮ সংখ্যক লোকসভাৰ ৫৪৩ জন সদস্যক নিৰ্বাচিত কৰা হ’ব। সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দৈনিক বহু ছবি আৰু ভিডিঅ’ই ইণ্টাৰনেটত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰি আছে। আনফালে, এটা দলীয় কাৰ্যালয়ৰ আচবাব ভাঙি, প’ষ্টাৰ ফালি পেলোৱাৰ দৃশ্যৰে এটা ভিডিঅ’ ছ’চিয়েল […]

Continue Reading

মিশ্বোই গ্ৰাহকসকলৰ বাবে এনিভাৰ্ছাৰী গিফ্ট অফাৰ আগবঢ়োৱা নাই। লিংকটো ভুৱা। 

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। ই-কমাৰ্ছ প্ৰতিস্থান ‘মিশ্বো’ই নিৰ্দিষ্ট গ্ৰাহকক এনিভাৰ্ছাৰী গিফ্ট অফাৰ প্ৰদান কৰিছে বুলি দাবী কৰি এটা লিংক শ্বেয়াৰ কৰা হৈছে।   Archived Link   কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰথমে […]

Continue Reading

২০২২ চনৰে তেলেংগানাৰ উপ-নিৰ্বাচনৰ সময়ৰ সংঘৰ্ষৰ ভিডিঅ’ শেহতীয়া বুলি প্ৰচাৰ।  

দেশৰ সাধাৰণ নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰত ৰাজনৈতিক বিষয়বস্তুৰে ভৰি পৰিছে। এই বিষয়বস্তু সমূহ ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ বাবে আৰু তেওঁলোকৰ প্ৰতিদ্বন্দ্বী দলসমূহক লক্ষ্য কৰি শ্বেয়াৰ কৰা দেখা গৈছে। ব্যাপকভাৱে শ্বেয়াৰ হোৱা এনেকুৱা এটা ভিডিঅ’ত দেখা গৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰ বাহনত একাংশ লোকে আক্ৰমণ কৰিছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ […]

Continue Reading

হোৱাটএছপত গুড মৰ্ণিং মেছেজ দিলেও ১৮ শতাংশ জিএছটি দিব লাগিব নেকি সঁচাকৈয়ে? জানক সত্য।   

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এটি ভিডিঅ’ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে সেই ভিডিঅ’টো সঁচা নে মিছা। ভিডিঅ’টোত দেখা গৈছে যে এবিপি নিউজৰ এটা বাতৰিত সাংবাদিক অভিষাৰ শৰ্মাই কৈছে যে এতিয়াৰে পৰা হোৱাটছএপত গুড মৰ্ণিং মেছেজ দিলেও ১৮শতাংশ জিএছটি প্ৰদান কৰিব লাগিব। সেই ধন মাহৰ শেষত পৰিশোধ কৰিব লাগিব।   Archived Link    আমি […]

Continue Reading

জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুক হে নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত কৰা হৈছে। ভূৱা ৰাজপত্ৰ ভাইৰেল।

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এখন বিশেষ ফটো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল প্ৰেৰিত ফটোখনত উল্লিখিত ব্যক্তি দুগৰাকী দেশৰ নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত হোৱাটো সঁচা নে মিছা। তেওঁ লিখিছিল যে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত হোৱাটো কিমানদূৰ সঁচা? ব্যৱহাৰকীগৰাকীয়ে ভাৰতীয় ৰাজপত্ৰৰ এখন ফটো প্ৰেৰণ কৰি সেই জিজ্ঞাসা প্ৰকাশ কৰিছিল। সেই ৰাজপত্ৰখনত দুগৰাকী প্ৰাক্তন আইএএছ বিষয়া […]

Continue Reading

পাকিস্তানতো ‘কা’ বলৱৎ কৰা হ’ব বুলি প্ৰচাৰ কৰা দাবীটো ভূৱা।  

শেহতীয়াভাৱে ভাৰতত নাগৰিকত্ব সংশোধনী আইন (CAA) কাৰ্যকৰী হোৱাৰ ঘোষণাৰ পাছতেই এটা টুইট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নামত তেওঁৰ এক্স (টুইটাৰ)ৰ স্ক্ৰীণশ্বট এটা দিয়া হৈছে। ভাৰতত কাৰ্যকৰী হোৱা নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ পৰিপ্ৰেক্ষিতত পাকিস্তানে নিজৰ এক CAA কাৰ্যকৰী কৰাৰ সিদ্ধান্তক লৈ লিখা হৈছে সেই টুইটত। লগতে টুইটটোত লিখা আছে যে […]

Continue Reading

ডিমাৰ্টে ৰমজান উপলক্ষে কোনো বিশেষ বিক্ৰী সেৱা আগবঢ়োৱা নাই। লিংকটো ভুৱা। 

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। ৰমজান মাহ উপলক্ষে প্ৰসিদ্ধ ব্যৱসায়িক প্ৰতিস্থআন ডিমাৰ্টে বিশেষ অফাৰ দিয়া বুলি দাবী কৰি সেই লিংকটো শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।  Archived Link   কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

এইখন ভাৰতৰ আৰক্ষীয়ে ১০০ বছৰ পূৰ্বে ব্যৱহাৰ কৰা চাইকেল নহয়।  

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এখন বিশেষ ফটো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে সেই ফটোখন ভাৰতৰ আৰক্ষীয়ে ১০০ বছৰ পূৰ্বে ব্যৱহাৰ কৰা চাইকেলৰ হয় নেকি।  Archived Link    কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে আমি গুগল ৰিভাৰ্ছ ইমেজ […]

Continue Reading