২০২২ত পশ্চিমবংগৰ দমদমৰ ভোটকেন্দ্ৰত হোৱা ৰিগিঙৰ দৃশ্য বৰপেটা লোকসভা সমষ্টিৰ বুলি প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে যে শেহতীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত বৰপেটা লোকসভা সমষ্টিৰ ভোটকেন্দ্ৰত ৰিগিং কৰা হৈছিল। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই দাবী উত্থাপন কৰিছিল। লিখিছিল- বৰপেটা লোকসভা সমষ্টিত এনেকৈ হৈছিল ৰিগিং । Archived Link কিন্তু এই দাবী সত্য হয়নে?   আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ […]

Continue Reading

২০২৩ৰ চেপ্তেম্বৰৰে দৃশ্য GMCHৰ পাহাৰত শেহতীয়াকৈ নাহৰফুটুকী ওলোৱা বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা সংবাদ মাধ্যমে ৯ মে’ ২০২৪ত এটা ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো গুৱাহাটী মেডিকেল কলেজৰ সমীপৰ পাহাৰৰ। ভিডিঅ’টোত দেখা গৈছে যে নিশাৰ ভাগত এটা নাহৰফুটুকীয়ে ৰাষ্টা পাৰ হৈছে। এখন গাড়ীৰ ভিতৰৰ পৰা সেই ভিডিঅ’টো কেমেৰাত বন্দী কৰা হৈছে। ভিডিঅ’টো আপলোড কৰি লিখিছে- গুৱাহাটীৰ GMCHৰ পাহাৰত নাহৰফুটুকীৰ মুক্ত বিচৰণ। ইয়াৰ […]

Continue Reading

২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সময়ৰ ফটো বৰ্তমানৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মনোনয়ন দাখিল কৰা সময়ৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি সেইখন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰা সময়ৰ ফটো বুলি দাবী কৰিছে। লগতে দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মূৱে তেখেতক সংগ দিয়া বুলি লিখিছে। ফেচবুত পোষ্ট কৰি লিখিছে- দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ নোমিনেচনৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুও লগত আছিল। কি বা […]

Continue Reading

মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ দলটো মৰি গৈছে, শেষ হৈ গৈছে বুলি সঁচাকৈ কৈছিল নেকি? সত্যতা জনক। 

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ এটা মন্তব্য আপলোড কৰি প্ৰচাৰ কৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে মাল্লিকাৰ্জুন খাৰ্গেই কৈছে যে “কংগ্ৰেছ পাৰ্টী শেষ হৈ গ’ল, কংগ্ৰেছ পাৰ্টী মৰি গ’ল,কংগ্ৰেছক এতিয়া আৰু কোনেও বচাব নোৱাৰে।” সেই ভিডিঅ’টো আপলোড কৰি ব্যৱহাৰকৰ্তাই কেপছন লিখিছে- এইটো আকৌ কি কলে Facebook Link । Archived […]

Continue Reading

আমেথি আৰু ৰাইবৰেলীত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থীত্ব দিয়া বুলি ভুৱা প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ প্ৰাৰ্থী তালিকা আপলোড কৰি দাবী কৰিছে যে উত্তৰ প্ৰদেশৰ দুই লোকসভা সমষ্টি অমেথি আৰু ৰাইবৰেলীৰ পৰা কংগ্ৰেছ দলে ক্ৰমে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে.চি.ভেনুগোপালৰ স্বাক্ষৰ সম্বলিত সেই তালিকাখন আপলোড কৰি এই দাবী কৰা হৈছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে সেই […]

Continue Reading

অন্ধ্ৰ প্ৰদেশৰ বিজেপি সমৰ্থকে মছজিদলৈ শিল দলিওৱা নাছিল। ভিডিঅ’টো এক বিশেষ উছৱৰ হে।  

শেহতীয়াকৈ অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকৰ মাজত এটি বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে। এটি বিশেষ অট্টালিকাৰ আশেপাশে অসংখ্য লোকে পৰস্পৰে পৰস্পৰলৈ লক্ষ্য কৰি কোনো বস্তু দলিওৱা দেখা গৈছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো প্ৰেৰণ কৰি সেয়া অন্ধ্ৰ প্ৰদেশত বিজেপি সমৰ্থকে মছদিলৈ শিল দলিয়াইছিল নেকি জানিব বিচাৰিছিল। লিখিছিল- অন্ধ্ৰ প্ৰদেশত বিজেপি সমৰ্থকে […]

Continue Reading

পৃথিৱী ধ্বংসৰ খবৰৰ সত্যতা কি? ৫ বিলিয়ন বৰ্ষৰ অন্তত ধ্বংস হোৱাৰ নিশ্চিতি আছেনে?  

শেহতীয়াকৈ অসমৰ এক ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সূৰ্যৰ প্ৰকোপত পৃথিবী ধ্বংস হৈ যাব। তেওঁলোকে কৈছে যে বিজ্ঞানীসকলে পৃথিবী ধ্বংস হোৱাৰ সঠিক সময় নিৰ্ধাৰণ কৰি উলিয়াইছে। ৫বিলিয়ন বছৰ পাছত সূৰ্য বিষ্ফোৰণ ঘটি পৃথিৱী ধ্বংস কৰি পেলাব বুলি বিজ্ঞানী সকলো জানিব পৰা বুলি এই ভিডিঅ’টোত কোৱা হৈছে। কেপছনত লিখিছে- সাৱধান […]

Continue Reading

মহেন্দ্ৰ সিং ধোনীয়ে কংগ্ৰেছক ভোট দিবলৈ আহ্বান কৰা নাছিল। কথাত বেলেগ।  

শেহতীয়াকৈ অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকৰ মাজত এখন বিশেষ ফটো ভাইৰেল হৈ পৰা দেখা গৈছে। ভাৰতৰ মহান ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ দুয়োখন হাত ওপৰলৈ উঠাই হাতৰ আঙুলিৰে কিবা এটা বিশেষ ভংগিমা প্ৰদৰ্শন কৰা দেখা গৈছে ফটোখনত। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ফটোখন প্ৰেৰণ কৰি মহেন্দ্ৰ সিং ধোনীয়ে কংগ্ৰেছ দলক ভোট দিবলৈ ইংগিত কৰিছে […]

Continue Reading

২০১৮ চনত ফ্ল’ৰিডাত অহা Hurricane Michael নামৰ ঘূৰ্ণীবতাহৰ দৃশ্যকে ডুবাইৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা ভিডিঅ’ প্ৰচাৰ কৰি দাবী কৰা হৈছে যে সেইটো অলপতে ডুবাইত হৈ যোৱা প্ৰকৃতিক দুৰ্যোগৰ ভিডিঅ’। ভিডিঅ’টো আপলোড কৰাৰ সময়ত এইদৰে ডুবাইত ধুমুহা বতাহ বলি থকা বুলি দাবী কৰি লিখিছে-ডুবাইত এতিয়াও এনেকে বলি আছে বতাহ ধুমুহা। আল্লাহে ৰক্ষা কৰক। Facebook Link । Archived Link   কিন্তু এই দাবী সত্য হয়নে?   আমি ফেক্ট […]

Continue Reading

দৈনিক ভাস্কৰৰ ১৩ এপ্ৰিলৰ সংখ্যাত নিয়েলছনৰ সৈতে কৰা কোনো সমীক্ষা প্ৰকাশ পোৱা নাছিল।

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ বাৰ্তা প্ৰচাৰ কৰা দেখা গৈছে। হিন্দী দৈনিক কাকত ‘দৈনিক ভাস্কৰ’ৰ এটা সংস্কৰণৰ এটা পৃষ্ঠাৰ ফটো আপলোড কৰি তাত নিয়েলছন আৰু দৈনিক ভাস্কৰৰ আগন্তুক লোকসভা নিৰ্বাচনৰ সমীক্ষা প্ৰকাশ পোৱা বুলি দাবী কৰি পোষ্ট কৰা হৈছে। পোষ্টটোত লিখিছে- INDIA আগবাঢ়ি আছে দৈনিক ভাস্কৰ, উত্তৰ ভাৰতত বহুল বাবে প্ৰকাশিত হিন্দী দৈনিক বাতৰি কাকক। […]

Continue Reading