এয়া জুবিন গাৰ্গ নহয়। ভিডিঅ’টো দুমাহ পুৰণি আৰু এয়া কেৰালাৰ দৃশ্য।

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰাম আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ সময়ৰ বুলি দাবী কৰা দেখা গৈছিল। হাস্পতালৰ পৰা এগৰাকী ৰোগীত এম্বুলেঞ্চেৰে আন এখন হাস্পতাললৈ স্থানান্তৰ কৰা এটা ভিডিঅ’ আপলোড কৰি সেয়া জুবিন গাৰ্গ বুলি দাবী কৰা দেখা গৈছে। সেই দাবীৰে আপলোড কৰা ইনষ্টাগ্ৰাম পোষ্টটোৰ স্ক্ৰীণশ্বট তলত দিয়া হৈছে।   Instagram Link […]

Continue Reading

এইজন জুবিন গাৰ্গ নহয়। এয়া মাহমুদ ইব্ৰাহিম নামৰ এজন পেছাদাৰী ডুবাৰুৰ এটা পুৰণি ভিডিঅ’হে।  

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া চিংগাপুৰত দেহাৱসান ঘটা জুবিন গাৰ্গৰ স্কুবা ডাইভিঙৰ সময়ৰ অন্তিমটো ভিডিঅ’। চিংগাপুৰত আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ গ্ৰহণ কৰিবলৈ যোৱা জুবিন গাৰ্গে সাগৰত স্কুবা ডাইভিং কৰিবলৈ গৈ উশাহ বন্ধ হৈ মৃত্যুমুখত পৰা বুলি প্ৰাৰম্ভিক খবৰ আহিছিল। সেই সময়তেই এই ভিডিঅ’টো ভাইৰেল হৈ পৰা […]

Continue Reading

এইগৰাকী জুবিন গাৰ্গ নহয়। এইটো অন্য কোনো ডুবাৰুৰ তিনিমাহ পুৰণি দৃশ্য।  

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া চিংগাপুৰত দেহাৱসান ঘটা জুবিন গাৰ্গৰ স্কুবা ডাইভিঙৰ সময়ৰ অন্তিমটো ভিডিঅ’। চিংগাপুৰত আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ গ্ৰহণ কৰিবলৈ যোৱা জুবিন গাৰ্গে সাগৰত স্কুবা ডাইভিং কৰিবলৈ গৈ উশাহ বন্ধ হৈ মৃত্যুমুখত পৰা বুলি প্ৰাৰম্ভিক খবৰ আহিছিল। সেই সময়তেই এই ভিডিঅ’টো ভাইৰেল হৈ পৰা […]

Continue Reading

চিকিমৰ দৃশ্যকে নেপালত বন্দে মাতৰম ধ্বনি দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ দৃশ্য বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা যায় যে হাতে হাতে ভাৰতৰ ত্ৰিৰংগ পতাকা লৈ এটা সমদল আগুৱাই গৈছে। সকলোৱে বন্দে মাতৰম,ভাৰত মাতা কী জয় আদি ধ্বনি দিছে। আৰক্ষী-নিৰাপত্তাৰক্ষীৰ লগতে ৰাজনৈতিক নেতাও সমদলটোত আছে। ভিডিঅ’টোত টেক্সট ওভাৰলে’(Text Overlay) কৰি ৰোমান আৰু দেৱনাগৰী লিপিত নেপাল আৰু […]

Continue Reading

১৯৪৮চনত ভাৰতীয় ফুটবল দলটোক নেহৰুৱে জোতা কিনিবলৈ ধন দিয়া নাছিল নেকি। সত্যটো কি, জানো আহক। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি এটা পোষ্ট কৰিছে। পোষ্টটোৰে তেওঁ দাবী কৰিছে যে ১৯৪৮ চনৰ বিশ্বকাপত ভাৰতীয় ফুটবল দলটোৱে খালী ভৰিৰে ফুটবল খেলিবলগীয়া হৈছিল। কাৰণ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৈলেন্দ্ৰ নাথ মান্নৰ অধিনায়কাধীন দলটোক ফুটবল খেলা জোতা কিনিবলৈ ধন দিয়া নাছিল। প্ৰধানমন্ত্ৰীয়ে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰি লৈছিল ঠিকেই, কিন্তু ভাৰতীয় […]

Continue Reading

মিছা! নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীহে, বালেন্দ্ৰ শ্বাহ নহয়।   

১২ চেপ্তেম্বৰ ২০২৫ত অসমৰ এগৰাকী ব্যৱহাৰকাৰীয়ে থ্ৰেডছত এটা পোষ্ট কৰি দাবী কৰিছে যে নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে বালেন্দ্ৰ শ্বাহ। নেতাগৰাকীৰ ফটো এখন আপলোড কৰি এই দাবীৰে পোষ্টটো কৰা হৈছে। Threads Link Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে […]

Continue Reading

এইটো ভিডিঅ’ৰ নেপালৰ সৈতে কোনো সম্পৰ্ক নাই। ইণ্ডোনেছিয়াৰ ভিডিঅ’হে এইটো।

১০ চেপ্তেম্বৰ ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ শেহতীয়া পৰিস্থিতিৰ এটা দৃশ্য বুলি দাবী কৰিছে। নেপালত প্ৰতিবাদকাৰীয়ে ৰাজনৈতিক নেতাৰ ঘৰৰ পৰা ধন উদ্ধাৰ কৰি আনি ৰাইজৰ মাজত বিলাই দিয়া বুলি দাবী কৰিছে। । পোষ্টটোত লিখিছে এইদৰেঃ নেপালৰ ভ্ৰষ্ট ৰাজনৈতিক নেতাৰ ঘৰৰ পৰা উদ্ধাৰ কৰি অনা অবৈধ ধন জনতাৰ মাজত বিলাই […]

Continue Reading

ইণ্ডোনেছিয়াৰ ভিডিঅ’কে নেপালৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

অতি শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ বৰ্তমান পৰিস্থিতি বুলি দাবী কৰিছে। নেপালত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এইদৰে মুখামুখি সংঘাত হোৱা বুলি দাবী কৰি ভিডিঅ’টো আপলোড কৰিছে ১০ চেপ্তেম্বৰ ২০২৫ত। পোষ্টটোত লিখিছে এইদৰেঃ প্ৰধান মন্ত্ৰী পলায়ন8 September 2025 নেপালৰ সেনা আৰক্ষী আৰু প্ৰতিবাদকাৰী মাজত ভয়ংকৰ পৰিস্থিতি। Facebook Link Archived Link  […]

Continue Reading

মিছা। প্ৰেমিকাৰ ফোন নাপাই বিজুলী কাটি দিয়া নাছিল। কাম হে কৰি আছিল।  

অতি শেহতীয়াকৈ অসমৰ বহুকেইটা ফেচবুক পেজ তথা ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে এজন যুৱকে নিজৰ প্ৰেমিকাৰ ওপৰত ক্ষুব্ধ হৈ প্ৰেমিকাৰ গাঁৱৰ বিজুলী সংযোগ কাটি পেলায়। ফেচবুক পেজ কেইটামানত প্ৰতিবেদন ৰূপত প্ৰকাশ কৰিছে যে যুৱকজনৰ প্ৰেমিকা দীৰ্ঘসময় ধৰি ফোনত ব্যস্ত আছিল আৰু যুৱকজনে প্ৰেমিকাক ফোনত নাপায় খঙতে বিজুলীৰ খুটাৰ ওপৰত উঠি […]

Continue Reading

মল্লিকাৰ্জুন খাৰ্গেৰ  মূল মন্তব্যক সম্পাদনা কৰি অন্য অৰ্থ প্ৰকাশ কৰা হৈছে।   

যোৱা ৪ চেপ্তেম্বৰ, ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি খাৰ্গেই মন্তব্যৰ জৰিয়তেই দাবী কৰিছে যে ড০ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছিল কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেই। ভিডিঅ’টোত শুনা গৈছে এইদৰে- কল যো ভাৰতৰত্ন এৱাৰ্ড দিয়ে হে, এক গায়ক কো দিয়ে হে, ইচকা বড়া দুখ হে হমে। ভিডিঅ’টোৰ  কেপছনত লিখিছে […]

Continue Reading