২০২১ চনৰ পাকিস্তানৰ এখন বিয়াৰ ভিডিঅ’কে অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত আফগানিস্তানৰ তালিবানে কৰা আনন্দ বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানৰ ওপৰত অপাৰেচন সিন্দূৰৰ জৰিয়তে আক্ৰমণ কৰাৰ বাবে আফগানিস্তানত একাংশ তালিবানে এইদৰে নৃত্য কৰি আনন্দ প্ৰকাশ কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য […]

Continue Reading

মেজৰ ক্ৰিষ্টিন উল্ফ নামৰ মহিলা যুদ্ধবিমান চালকৰ ভিডিঅ’ ছ’ফিয়া কুৰেশ্বীৰ বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে যুদ্ধ বিমানত উঠি যুদ্ধৰ বাবে সাজু হোৱা সেয়া ভাৰতীয় সেনা বিষয়া ছ’ফিয়া কুৰেশ্বী।  পোষ্টসমুহত আনকি ভ্যোমিকা সিঙৰ কথাও উল্লেখ কৰা আমি দেখিছোঁ।   Facebook Link Archived […]

Continue Reading

২০২৩চনত গাজাত এখন হস্পিতালৰ ওপৰত চলা আক্ৰমণৰ দৃশ্য অপাৰেচন সিন্দূৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰ’ৰ দৃশ্য। Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

২০২৩চনত গাজাৰ ওপৰত চলা আক্ৰমণৰ দৃশ্যকে ‘অপাৰেচন সিন্দূৰ’ৰ দৃশ্য বুলি প্ৰচাৰ।

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰ’ৰ দৃশ্য। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

যুদ্ধবিদ্ধস্ত গাজাৰ পুৰণি দৃশ্যকে পানীৰ অভাৱত পৰা পাকিস্তানী নাগৰিকৰ শেহতীয়া পৰিস্থিতি বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানলৈ যোৱা পানী বন্ধ কৰি দিয়াৰ পাছত পাকিস্তানৰ নাগৰিকৰ মাজত পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভিডিঅ’টোত দেখা গৈছে যে একাংশ পুৰুষ-মহিলাই হাতে হাতে পাত্ৰ লৈ কোনো সামগ্ৰীৰ বাবে হাহাকাৰ কৰিছে। কন্দা কটা কৰিছে। সেই ভিডিঅ’টোৰে ব্যৱহাৰকাৰীয়ে সেয়া পাকিস্তানৰ শেহতীয়া পানীৰ […]

Continue Reading

যুদ্ধ বিধ্বস্ত গাজাৰ অৱস্থাক লৈ নিৰ্মাণ কৰা বাস্তৱভিত্তিক তথ্যচিত্ৰৰ দৃশ্যকে পাকিস্তানী নাগৰিকে দেশ এৰি পলায়ন কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমৰ সামাজিক মাধ্যমত সেই ঘটনাটোৰ লগত সংগতি ৰাখি বিভিন্ন ফটো, ভিডিঅ’ প্ৰচাৰ হৈ আছে। তাৰে কিছুমানৰ সত্যতা নিৰূপণ ইতিমধ্যেই আমি কৰিছোঁ। এই বিষয়টোৰ সৈতে সাঙোৰ খাই থকা আন এক ভিডিঅ’ এক ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। দৃশ্যটোত দেখা গৈছে যে এক যুদ্ধ বিধ্বস্ত অঞ্চলৰ পৰা শিশু-মহিলাকে ধৰি অসংখ্য […]

Continue Reading

১ এপ্ৰিলত জম্মু-কাশ্মীৰৰ কথুৱাত হোৱা এক সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ ভিডিঅ’ পেহেলগাম কাণ্ডৰ পাছৰ অভিযান বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমৰ সামাজিক মাধ্যমত সেই ঘটনাটোৰ লগত সংগতি ৰাখি বিভিন্ন ফটো, ভিডিঅ’ প্ৰচাৰ হৈ আছে। তাৰে কিছুমানৰ সত্যতা নিৰূপণ ইতিমধ্যেই আমি কৰিছোঁ। এই বিষয়টোৰ সৈতে সাঙোৰ খাই থকা আন এক ভিডিঅ’ এক ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। দৃশ্যটোত দেখা গৈছে যে এক দুৰ্গম সীমান্তৱৰ্তী অঞ্চলত কেইজনমান মানুহৰ দৌৰা ঢপৰা […]

Continue Reading

২০২০চনৰ মালাবাৰ নৌসেনা অনুশীলনৰ দৃশ্যকে পাকিস্তানলৈ শেহতীয়াকৈ গতি কৰি INS Vikrant আৰু INS Suratৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমৰ সামাজিক মাধ্যমত সেই ঘটনাটোৰ লগত সংগতি ৰাখি বিভিন্ন ফটো, ভিডিঅ’ প্ৰচাৰ হৈ আছে। তাৰে কিছুমানৰ সত্যতা নিৰূপণ ইতিমধ্যেই আমি কৰিছোঁ। এই বিষয়টোৰ সৈতে সাঙোৰ খাই থকা আন এক ভিডিঅ’ এক ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। মাজ সাগৰত দুখন যুঁজাৰু জাহাজৰ কুছকাৱাজৰ দৃশ্য দেখা গৈছে। দাবী কৰা হৈছে […]

Continue Reading

২০২১ চনৰে পুৰণি ভিডিঅ’ পেহেলগাম কাণ্ডত জৰিত সন্ত্ৰাসবাদীৰ ঘৰৰ ওপৰত ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৮ জন লোকৰ প্ৰাণহানি হৈছিল। তাৰ পাছতেই সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। অতি শেহতীয়াকৈ ভাৰতীয় সেনাই বোমা আৰু গুলীৰে আক্ৰমণ কৰি ধ্বংস কৰা এটা ঘৰৰ ভিডিঅ’ আপলোড কৰি সেয়া পেহেলগাম আক্ৰমণত জৰিত থকা সন্ত্ৰাসবাদীৰ ঘৰ বুলি দাবী কৰি প্ৰচৰা কৰা হৈছে। পেহেলগামৰ প্ৰতিশোধ কল্পে ভাৰতীয় সেনাই এই […]

Continue Reading

ইণ্ডোনেছিয়াৰ এখন পাৰ্কৰ ভিডিঅ’ উত্তৰাখণ্ডৰ মছজিদ ধ্বংস কৰা বুলি মিছা দাবীৰে প্ৰচাৰ।

শেহতীয়াভাবে অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া উত্তৰাখণ্ডৰ দৃশ্য। উত্তৰাখণ্ডত মছজিদ ভঙাৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছেঃ- এয়া উত্তৰাখণ্ড। এনেকৈ মছজিদ ভাঙি পেলোৱা হৈছে। ভাল হৈছে নে বেয়া হৈছে? Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading