হায়দৰাবাদৰ ভিডিঅ’ অসমৰ কৰিমগঞ্জত দুৰ্গা পূজা মণ্ডপ লণ্ডভণ্ড বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যিটো ভিডিঅ’ত দেখা গৈছে যে  এখন দুৰ্গা পূজা মণ্ডপ লণ্ডভণ্ড কৰা হৈছে। তাত থকা দুৰ্গা প্ৰতিমাটোও ভাঙিছে। চৌপাশে সিচৰতি হৈ পৰি আছে বিভিন্ন পূজাৰ সামগ্ৰী। দাবী কৰা হৈছে যে সেয়া কৰিমগঞ্জৰ ঘটনা আৰু কোনো মুছলমান লোকে সেই কাণ্ড সংঘটিত কৰিছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো একেই […]

Continue Reading

পশ্চিমবংগৰ মালডাৰ বিজেপি অফিচ লণ্ডভণ্ড কৰা পুৰণি দৃশ্য অসমৰ বুলি পুনৰ ভাইৰেল।

২০২৪ চনৰ ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ দ্বাৰা ১৮ সংখ্যক লোকসভাৰ ৫৪৩ জন সদস্যক নিৰ্বাচিত কৰা হ’ব। সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দৈনিক বহু ছবি আৰু ভিডিঅ’ই ইণ্টাৰনেটত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰি আছে। আনফালে, এটা দলীয় কাৰ্যালয়ৰ আচবাব ভাঙি, প’ষ্টাৰ ফালি পেলোৱাৰ দৃশ্যৰে এটা ভিডিঅ’ ছ’চিয়েল […]

Continue Reading