ভাইৰেল ভিডিঅ’টোত থকা শিল্পীজন ওস্তাদ জাকিৰ হুছেইন নহয়, বৰঞ্চ তাৰী খান নামৰ এজন পাকিস্তানী তবলা শিল্পীহে।
শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত বিশ্ববিখ্যাত গায়ক নুচৰত ফটেহ আলীখানৰ সৈতে এগৰাকী তবলাবাদকে তবলা সংগত কৰি থকা দেখা গৈছে। সেই তবলা বাদকজন সদ্য দিবংগত ভাৰতীয় তবলা বাদক জাকিৰ হুছেইন বুলি দাবী কৰা হৈছে অথবা সেইগৰাকী তবলা বাদক জাকিৰ হুছেইন হয় নে নহয় তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে। Archived Link কিন্তু […]
Continue Reading