ইজৰাইলত থকা আমেৰিকাৰ দূতাবাস ধ্বংস কৰি পেলোৱা হৈছেনে সঁচাকৈ?
শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা চমু ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅটোত দাবী কৰা হৈছে যে ইজৰাইলস্থিত আমেৰিকাৰ দূতাবাস ধ্বংস কৰি দিয়া হৈছে। আমাৰ 24*7 ফেক্টলাইন নম্বাৰ 9049053770লৈয়ো সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে তাৰ সত্যতা জানিবৱৈ আগ্ৰহ প্ৰকাশ কৰিছে। Archived Link ভিডিঅ’টোত দেখা গৈছে যে এটা সুদৃশ্য অট্টালিকা খহি পৰিছে। দাবী কৰা হৈছে যে সেইটো ইজৰাইলত থকা […]
Continue Reading