ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ মন্তব্য বুলি ভুৱা পোষ্ট ভাইৰেল।

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব বুলি ঘোষণা কৰিছে। তেওঁ সকীয়াই দিয়ে যে ভাৰতে ৰাছিয়াৰ তেল আৰু অস্ত্ৰ ক্ৰয়ৰ বাবেও জৰিমনাৰ সম্মুখীন হ’ব। এই পটভূমিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নামত এক ছ’চিয়েল মিডিয়া পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পোষ্টটোত লিখা আছে, “আমাৰ […]

Continue Reading

জলপ্ৰপাতৰ ওপৰেৰে পূৰ্ণিমাৰ জোনৰ এই সুন্দৰ দৃশ্য সঁচা হয়নে?

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে য’ত জোন আৰু জলপ্ৰপাতৰ এক সুন্দৰ দৃশ্য দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, ” আমেৰিকাৰ কেলিফৰ্ণিয়াৰ চেণ্টিনেল ৰকৰ ঠিক পশ্চিমে ইয়োচেমাইটৰ দক্ষিণ দিশত এঞ্জেল জলপ্ৰপাতৰ ওপৰেৰে পূৰ্ণিমাৰ জোন নামি আহিছে। প্ৰতি বছৰে কেইদিনমানৰ বাবে এনে লাগে যেন চন্দ্ৰটো গলি জলপ্ৰপাতৰ মাজেৰে নামি আহিছে”। Facebook […]

Continue Reading

প্ৰধানমন্ত্ৰী মোদীক শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত দৰ্শকে অশ্লীল ভাষাৰে গালি-গালাজ কৰিছিল নেকি? সত্যটো কি?

শেহতীয়াভাৱে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঞ্চত কেইবাজনো লোকৰ সৈতে হাত মিলাই থকা এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত সেই অনুস্থানত উপস্থিত থকা একাংশ লোকে মোদীৰ প্ৰতি লক্ষ্য কৰি গালি-গালাজ কৰিছিল বুলি দাবী কৰি এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত মোদীয়ে মঞ্চত থিয় হৈ থকা দেখা গৈছে আৰু তাত […]

Continue Reading