পানীৰ তলত হনুমানৰ ছবি থকা কেশৰ পতাকা উৰুৱাই থকা ব্যক্তিজন ভাৰতীয় নৌসেনাৰ হয়নে?

হিন্দু ঈশ্বৰ হনুমানৰ ছবিৰে সজ্জিত কেশৰ পতাকা লৈ পানীৰ তলত সাঁতুৰি থকা স্কুবা ডাইভাৰৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে ৰাম মন্দিৰ অভিষেক উপলক্ষে ভাৰতীয় নৌসেনাৰ এয়া এক প্ৰচেষ্টা। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে এইদৰে,”By Indian Navy…. Under water..Jay shree Ram”। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ […]

Continue Reading

এই ফটোখন সাগৰৰ তলৰ দ্বাৰকা নগৰৰ নহয়।

শেহতীয়াকৈ গুজৰাট চৰকাৰে পৰ্যটন ক্ষেত্ৰত এক নতুন সংযোজনৰ কথা ঘোষণা কৰিছে। ছাবমেৰিনেৰে সাগৰ তলীৰ দ্বাৰকা নগৰ দৰ্শন কৰাৰ সুবিধা কৰিবলৈ মাজাগন ডক শ্বিপয়াৰ্ডৰ সৈতে গুজৰাট চৰকাৰৰ চুক্তি হৈছে। এই সম্পৰ্কে বাতৰি বিভিন্ন কাকতত প্ৰকাশ পোৱাৰ লগতে চ’চিয়েল মেডিয়াতো শ্বেয়াৰ কৰা হৈছে। এই বাতৰিটো শ্বেয়াৰ কৰি এজন ফেচবুক ব্যৱহাৰকাৰীয়ে তেওঁৰ পোষ্টত এখন বাতৰি কাকতৰ পৃষ্ঠাৰ এটা […]

Continue Reading

ফটোখনত থকা এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন ফটো আহিছিল। ফটোখন আছিল সাগৰৰ তলত থকা এটা মূৰ্তিৰ। দাবী কৰা হৈছে যে এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি আৰু সাগৰৰ তলিত উদ্ধাৰ হৈছে। Archived Link একেখন ফটো ফেচবুকতো শ্বেয়াৰ হোৱা দেখা গ’ল। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading