অৰুণাচলৰ নামছাইত আলফা (স্বাধীন)ৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযান।
যোৱা ২২ অক্টোবৰ, ২০২৫ত অৰুণাচল প্ৰদেশৰ নামছাই জিলাত সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযানত আলফা(স্বাধীন)ৰ স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ ইৱন অসমৰ মৃত্যু হয়। এই সম্পৰ্কে আমাৰ এক বিশেষ লেখা- কি আছিল ঘটনাটো: আলফা(স্বাধীন)ৰ দল এটা নামছাই পাৰ হোৱা বুলি চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পাছতেই যোৱা ২১ অক্টোবৰৰ মাজনিশা ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ উদ্যোগত […]
Continue Reading
