লুইতৰ বুকু বিদাৰি সুৰংগপথঃ বগীবিল আণ্ডাৰৱাটাৰ টানেল সম্পৰ্কত এক আলোচনা
প্ৰস্তাৱনাঃ অসমৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে, অসমৰ গৌৰৱৰ নদী ব্ৰহ্মপুত্ৰৰ তলেদি এক সুৰংগ পথ(Tunnel) সাজি উলিওৱা প্ৰকল্প হাতত লোৱা হৈছে। ই ভাৰতৰে ভিতৰত প্ৰথম নৈতলীয়া ৰেল আৰু স্থলপথ হ’ব। ই এক আধুনিক অভিযান্ত্ৰিক কাৰিকৰীৰ বিস্ময়কৰ সাধনা। ইয়াক বগীবিল আণ্ডাৰৱাটাৰ টানেল (Bogibeel Underwater Tunnel) বুলি কোৱা হৈছে। এই প্ৰস্তাৱিত পৰিকল্পনাত ব্ৰহ্মপুত্ৰ নদীৰ তলেদি গাড়ী আৰু ৰেল যোগাযোগ– […]
Continue Reading
