২০২২চনৰ তেলেংগানাৰ দৃশ্যকে বিহাৰৰ শেহতীয়া দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।
২৫ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া বিহাৰত বিজেপি সদস্যৰ ওপৰত শেহতীয়া আক্ৰমণৰ ঘটনা বুলি দাবী কৰিছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ বাবে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। […]
Continue Reading