স্বাধীনতা দিৱস উপলক্ষে জম্মু কাশ্মীৰৰ লাল চৌকত জাতীয় পতাকা উত্তোলন কৰা নাছিল!
ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ফটোখনত দেশৰ জাতীয় পতাকাখন দেখা গৈছে । দাবী কৰা হৈছে যে স্বাধীনতা দিৱস উপলক্ষে জম্মু কাশ্মীৰৰ লাল চৌকত দেশৰ জাতীয় পতাকা উত্তোলন কৰা হৈছে আৰু এইখন তাৰেই ছবি । উক্ত ফটোখন বিভিন্নজনে ফেচবুকত আপলোড কৰিছে আৰু শ্বেয়াৰ কৰি ভাইৰেল […]
Continue Reading