কান্দি থকা শিশুটিৰ ভিডিঅ’টো শেহতীয়া পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ৰ নহয়।  

শেহতীয়াভাবে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এটি ক্ৰন্দনৰক শিশুৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টোৰ প্ৰথম খণ্ডত মৃতদেহৰ কাষত বহি থকা এটি শিশু আৰু আনটো অংশত গাড়ীত কান্দি কান্দি গৈ থকা শিশু এটিক কোনোবাই সান্ত্বনা দি থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ব্যৱহৰাকাৰীয়ে দাবী কৰিছে যে শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শিশুটিয়ে পিতৃ-মাতৃক হেৰুৱাইছে।  […]

Continue Reading