ৰাজপাল যাদৱে জেলৰ পৰা ওলাই চলমান খানক ধন্য়বাদ দিয়া বুলি কৰা দাবীটো মিছা।
শেহতীয়াকৈ অসমৰ বিভিন্ন ফেচবুক পেজ আৰু ব্যৱহাৰকাৰীয়ে ৰাজপাল যাদৱৰ এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অলপতে অৰ্থনৈতিক অপৰাধত জেললৈ যোৱা ৰাজপাল যাদৱে চলমান খানৰ আৰ্থিক সহায়ৰ পাছত জেলৰ পৰা ওলাই আহি চলমান খানক ধন্যবাদ জ্ঞাপন কৰিছে। Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link একেই দাবীৰে সেই ভিডিঅ’টো আপলোড কৰা […]
Continue Reading
