TRAIৰ নামত ভুৱা ফোনকল আৰু চাইবাৰ অপৰাধ। আপোনাৰ কৰণীয় কি? জানক।
শেহতীয়াকৈ অসমৰ বিভিন্ন লোকলৈ বিভিন্ন নম্বৰৰ পৰা একোটা বিশেষ ফোন আহিছে, য’ত কোৱা হয় যে সেই নিৰ্দিষ্ট ব্যৱহাৰকাৰীগৰাকীৰ মোবাইল নম্বৰটো অচিৰেই বন্ধ কৰি দিয়া হ’ব। Telecom Regulatory Authority of India চমূকৈ TRAIৰ তৰফৰ পৰা কৰা বুলি দাবী কৰি সেই প্ৰী-ৰেকৰ্ডেড ফোনকলবোৰ আহে। বহুলোকে এনেকুৱা ফোনকল লাভ কৰিছে আৰু আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰকৃততে কি […]
Continue Reading