নামিবিয়াৰ নামিব মৰুভূমিয়ে সাগৰ স্পৰ্শ কৰা দৃশ্য টাঞ্জানিয়াৰ দৃশ্য বুলি দাবী কৰা হৈছে।
শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি ফটোখনৰ ওপৰত লিখা হৈছে যে সেয়া টাঞ্জানিয়াৰ দৃশ্য। মৰুভূমিয়ে সাগৰৰ সৈতে মিলিত হোৱা সেই দৃশ্যটো উত্তৰ আফ্ৰিকাৰ দেশ টাঞ্জনিয়াৰ বুলি দাবী কৰা হৈছে। Facebook Link । Archived Link কিন্তু এই দাবী সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ […]
Continue Reading