এই ভিডিঅ’টো টাইৱানৰ শেহতীয়া ভূমিকম্পৰ নহয়।
৩ এপ্ৰিলত টাইৱানত হোৱা প্ৰবল ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৪। ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভেৰ মতে, প্ৰায় ২৫ বছৰৰ ভিতৰত এই দ্বীপটোত হোৱা এয়া আটাইতকৈ শক্তিশালী ভূমিকম্প। ইয়াৰ ফলত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৯০০ৰো অধিক লোক আহত হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় উদ্যানৰ এখন হোটেললৈ মিনিবাছত গৈ থকা ৫০ জন শ্ৰমিক নিৰুদ্দেশ হৈছে। ইয়াৰ মাজতে এটা ভাইৰেল […]
Continue Reading