ৰাহুল গান্ধীয়ে পিন্ধি থকা চোলাটোত আচলতে “আই লাভ ৱায়নাড” বুলিহে লিখা আছিল।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক একাউণ্টৰ পৰা এখন ফটো শ্বেয়াৰ কৰা হৈছে, য’ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আই লাভ নফৰট কী দুকান বুলি লিখা এটা টি-চাৰ্ট পিন্ধি থকা দেখা গৈছে। ৰাহুল গান্ধীয়ে সেই চোলাটো পিন্ধা বুলি দাবী কৰা পোষ্টটোত লিখা হৈছে- নফৰট কী দুকান। হিংসাৰ দোকান ভালপায় বোলে ৰাহুল গান্ধীয়ে… Facebook Link Archived Link কিন্তু দাবীটো […]

Continue Reading

ৰাহুল গান্ধীৰ চোলাত পদুম ফুলৰ ছবি কিয়? প্ৰকৃত কথাটো কি জানক। 

শেহতীয়াকৈ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে পদুম ফুলৰ ছবি থকা বগা চোলা পিন্ধি বিপুল জনসমাগমক সম্বোধন কৰা এখন ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। সেই ফটোখন আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে সেই সম্পৰ্কে সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। Archived Link অনুৰূপ দাবী কৰি এক্সত পোষ্ট দিয়াও […]

Continue Reading