গীলেন-বাৰে চিণ্ড্ৰম চমূকৈ জিবিএছ(Guillain-Barre Syndrome) কি, কিদৰে হয়, ইয়াৰ পৰা হাত সৰাৰ উপায় কি ইত্যাদি সামৰি এক থুলমুল আলোচনা। 

পাতনি শেহতীয়াকৈ মহাৰাষ্ট্ৰত গীলেন-বাৰে চিণ্ড্ৰম চমূকৈ জিবিএছ(Guillain-Barre Syndrome)ৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ৰোগীৰ সংখ্যাই ১০০ জন অতিক্ৰম কৰিছে। তাৰে ভিতৰত এজন ৮ বছৰীয়া আৰু এজন ৪০ বছৰীয়া ৰোগী। এই বিষয়ে নাগৰিকসকলক আশ্বাস প্ৰদান কৰাৰ প্ৰয়াসেৰে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী প্ৰকাশ অবিতকাৰে এই সপ্তাহৰ শেষৰ ফালে পুনে ভ্ৰমণ কৰে। তেওঁ কয় যে প্ৰায় ৮০% আক্ৰান্ত ৰোগী একে অঞ্চলৰ […]

Continue Reading

কিডনী নষ্ট হ’লে শৌচ কৰোঁতে এইবোৰ লক্ষণ দেখা দিয়ে নেকি? সত্যটো কি?  

বৃক্ক নষ্ট হোৱা অথবা কিডনী ফেইলিয়ৰ এক বিপজ্জনক ৰোগ বুলি আমি সকলোৱে জানো।তেনে পৰিপ্ৰেক্ষিততে এই ৰোগ সন্দৰ্ভত সজাগতা আৰু সচেতনতা অতিকৈ প্ৰয়োজন। কিন্তু বিভ্ৰান্তিকৰ তথ্যই যিকোনো লোককে বিপদত পেলোৱাৰ সম্ভাৱনা থাকে। শেহতীয়াকৈ আমি AssamPrime24  নামৰ এটা ফেচবুক পেজত এটা পোষ্ট লাভ কৰিলোঁ, য’ত “শৌচ কৰোতে দেখা দিয়া এই ৫ টা লক্ষণ হব পাৰে কিডনী নষ্ট […]

Continue Reading

ফেটি লিভাৰ হ’লে শৰীৰৰ ৫টা অংগ শুকাই যায় নেকি? সত্যটো কি?  

ফেটি লিভাৰ জীৱনযাত্ৰাৰ সৈতে সম্পৰ্ক থকা এক ৰোগ বুলি আমি সকলোৱে জানো।তেনে পৰিপ্ৰেক্ষিততে এই ৰোগ সন্দৰ্ভত সজাগতা আৰু সচেতনতা অতিকৈ প্ৰয়োজন। কিন্তু বিভ্ৰান্তিকৰ তথ্যই যিকোনো লোককে বিপদত পেলোৱাৰ সম্ভাৱনা থাকে। শেহতীয়াকৈ আমি AssamPrime24  নামৰ এটা ফেচবুক পেজত এটা পোষ্ট লাভ কৰিলোঁ, য’ত “লিভাৰত চৰ্বি জমা হলে শুকাই যায় শৰীৰৰ এই ৫ টা গোপন অংগ। জানক […]

Continue Reading

শৰীৰত কেঞ্চাৰ বা কৰ্কট ৰোগ হ’লে জিভাত প্ৰথমে এই লক্ষণ দেখা যায় নেকি? সত্যটো কি?  

কৰ্কট ৰোগ এক মাৰাত্মক ব্যধি বুলি আমি সকলোৱে জানো। কৰ্কট ৰোগ অথবা কেঞ্চাৰে একোজন লোক তথা তেওঁৰ পৰিয়ালক ভয়ংকৰ জীয়াতু ভোগাই বুলি আমি জানো। তেনে পৰিপ্ৰেক্ষিততে কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা আৰু সচেতনতা অতিকৈ প্ৰয়োজন। কিন্তু বিভ্ৰান্তিকৰ তথ্যই যিকোনো লোককে বিপদত পেলোৱাৰ সম্ভাৱনা থাকে। শেহতীয়াকৈ আমি Assam Prime24 নামৰ এটা ৱেবচাইটৰ এক প্ৰতিবেদন লাভ কৰিছোঁ, য’ত […]

Continue Reading