অসম চৰকাৰৰ বিৰুদ্ধে “আপোনালোকে শুভ মুহূৰতৰ অপেক্ষা কৰি আছে নেকি” বুলি কিয় গৰজি উঠিল উচ্চতম ন্যায়ালয়। সবিশেষ জানো আহক।

পাতনি বিদেশী চিনাক্তকৰণ, বিতাড়ণ, ডিটেনছন আদি শব্দ অসমৰ সাধাৰণ জনজীৱনত চিনাকি শব্দ। আজি বছৰ বছৰ ধৰি এই শব্দবোৰে সময়ে সময়ে অসমীয়াক চিন্তিত কৰি আহিছে তথা মাজে সময়ে বিৰোধ,বিবাদ আৰু বিদ্ৰোহৰো কাৰণ হৈ আহিছে। শেহতীয়াকৈ  মঙলবাৰে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰে বিদেশী বুলি ঘোষণা কৰা লোকক বিতাড়ন কৰাৰ সলনি অনিৰ্দিষ্টকাললৈ ডিটেনছন চেণ্টাৰত ৰখাৰ বাবে তীব্ৰ ক্ষোভ উজাৰিলে। […]

Continue Reading

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ এই ভিডিঅ’টো অসম্পূৰ্ণ।

নিৰ্বাচনী বণ্ডৰ গোচৰৰ শুনানিৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰৰ এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে ছ’লিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দাখিল কৰি থকা সময়ত স্থগিত নকৰাকৈয়ে মুখ্য ন্যায়াধীশ আৰু আন ন্যায়াধীশসকল আঁতৰি গ’ল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading