শুই থকা লোক এজনক সিংহই আক্ৰমণ নকৰাকৈ গুছি যোৱা দৃশ্যটো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা। 

শেহতীয়াকৈ যোৱা ৭ জুন, ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্যৰে এইবুলি দাবী কৰিছিল যে দুটি সিংহই এগৰাকী ৰাষ্টাত শুই থকা লোক এজনক শুঙি গুছি গৈছে কিন্তু একো হানি কৰা নাই। দৃশ্যটো চিচিটিভিত বন্দী হোৱা দৃশ্য বুলি উল্লেখ কৰা হৈছে।  Facebook Link Archived Link একেই দাবীৰে সেই ভিডিঅ’টো আপলোড কৰা […]

Continue Reading

ছানী দেউল সঁচাকৈয়ে নিচাসক্ত অৱস্থাত আছিলনে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত অভিনেতা ছানী দেউলৰ এটা বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। অসমৰ হোৱাটচ‌এপতো বহুলভাৱে শ্বেয়াৰ হোৱা এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে অভিনেতা ছানী দেউলে নিচাসক্ত অৱস্থাত পথত খোজকাঢ়ি আছে আৰু তেনে সময়তে এজন অটোচালকে তেওঁক অটোত উঠাই লৈ গৈছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে -“মদৰ নিচাত […]

Continue Reading

মন্দাৱস্থাৰ বাবে চুৰাটৰ হীৰা ব্যৱসায়ীয়ে পথত হীৰা দলিয়াইছিল নেকি?

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত এদল লোকে পথত কিবা এটা সংগ্ৰহ কৰা দেখা গৈছে। এই ভাইৰেল ভিডিঅ’টোৰ লগে লগে দাবী কৰা হৈছে যে হীৰা বজাৰৰ বিশাল মন্দাৱস্থাৰ বাবে বিচলিত হৈ পৰা হীৰা ব্যৱসায়ীসকলে পথত হীৰা দলিয়াই দিছিল, সেইবোৰ গুজৰাটৰ চুৰাট চহৰৰ পথত মানুহে সংগ্ৰহ কৰি আছিল। এনে দাবীৰে এটা পোষ্ট আমি ফেচবুকতো […]

Continue Reading