নিউজিলেণ্ডৰ বে অ’ভেল ষ্টেডিয়ামৰ ঘটনা এটা পাকিস্তানৰ বুলি বিভ্ৰান্তিৰে প্ৰচাৰ।  

শেহতীয়াভাবে অসমৰ ফেচবুকত এখন চলন্ত ক্ৰিকেট খেলৰ এটা দৃশ্য আপলোড কৰি প্ৰচাৰ কৰা হৈছে যে নিউজিলেণ্ডৰ সৈতে পাকিস্তানে খেলি থকা সময়ত পাকিস্তানৰ ষ্টেডিয়ামত কাৰেণ্ট গুছি গৈছিল। একাধিক ব্যৱহাৰকাৰীয়ে সেই দৃশ্যটো আপলোড কৰি সেয়া পাকিস্তানৰ কোনো ষ্টেডিয়ামত হোৱা ঘটনা বুলি দাবী কৰিছিল।   Facebook Link Archived Link   আন এক ব্যৱহাৰকাৰীয়েও সেইদৰেই দাবী উত্থাপন কৰিছিল। Facebook Link […]

Continue Reading

সঁচাকৈয়ে ষ্টেডিয়ামৰ দৰ্শকে হনুমান চালিচা পাঠ কৰিছিলনে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এখন ষ্টেডিয়ামৰ দৃশ্য দেখুওৱা হৈছে আৰু তাত হনুমান চালিচা পাঠ কৰা শুনা গৈছে। ফেচবুকত এই ভিডিঅ’টো শ্বেয়াৰ কৰি ১.৫ লাখ লোকে হনুমান চালিচা জপ কৰা বুলি দাবী কৰা হৈছে।  Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading