পুটিনে শ্ৰীমদ্ভাগৱত গীতা পঢ়ি থকা ফটোখন আচলতে AI Generated বা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।
শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত এখন বিশেষ ফটো বিয়পি পৰা দেখা গৈছে। ফটোখনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বিমানৰ ভিতৰত এখন বিশেষ গ্ৰন্থ হাতত লৈ থকা দেখা যায়। ফেচবুক পোষ্টযোগে সেয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক উপহাৰ দিয়া শ্ৰীমদ্ভাগৱত গীতাখন পুটিনে পঢ়ি গৈ থকা বুলি দাবী কৰা হৈছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট […]
Continue Reading
