সেই সময়ত ড০ মনমোহন সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকা নাছিল।   

যোৱা ৩১ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ প্ৰতি সেয়া অপমান বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে চীন দেশৰ এগৰাকী প্ৰতিনিধি আহি কংগ্ৰেছ নেত্ৰী চোনীয়া গান্ধী আৰু ড০ মনমোহন সিঙৰ সৈতে কৰমৰ্দন কৰিছে। প্ৰথমে চোনীয়া গান্ধী আৰু তাৰ পাছত ড০ সিঙৰ সৈতে […]

Continue Reading

কিউ আৰ ক’ডৰ এই ফটোখন সম্পাদিত।

কংগ্ৰেছ দলৰ ক্ৰাউডফাণ্ডিং অভিযান ‘ড’নেট ফ’ৰ দেশ’ত ১০.১৫ কোটি টকাৰ অনুদান সংগ্ৰহ কৰা হৈছে, সৰ্বাধিক অনুদান আহিছে তেলেংগানা আৰু হাৰিয়ানাৰ পৰা। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে এই প্ৰচাৰ আৰম্ভ কৰে। কংগ্ৰেছ পাৰ্টিয়ে ভাৰতবাসীক তেওঁলোকৰ সৈতে ডিজিটেল মাধ্যমেৰে সংযোগ স্থাপন কৰি ‘দেশৰ বাবে দান’ অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়। ইফালে ছ’চিয়েল মিডিয়াত […]

Continue Reading