মেজৰ ক্ৰিষ্টিন উল্ফ নামৰ মহিলা যুদ্ধবিমান চালকৰ ভিডিঅ’ ছ’ফিয়া কুৰেশ্বীৰ বুলি প্ৰচাৰ কৰা হৈছে।
শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে যুদ্ধ বিমানত উঠি যুদ্ধৰ বাবে সাজু হোৱা সেয়া ভাৰতীয় সেনা বিষয়া ছ’ফিয়া কুৰেশ্বী। পোষ্টসমুহত আনকি ভ্যোমিকা সিঙৰ কথাও উল্লেখ কৰা আমি দেখিছোঁ। Facebook Link Archived […]
Continue Reading