ছ’চিয়েল মিডিয়াত বিজেপিৰ বিৰোধিতা কৰি থকা সাংবাদিকৰ সংবাদ প্রতিষ্ঠানলৈ বিজেপিয়ে বিজ্ঞাপন বন্ধ কৰিব নোৱাৰিব বুলি গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদকে কোৱা নাই।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা পোষ্ট কৰা হৈছে। পোষ্টটোত গুৱাহাটী প্ৰেছ ক্লাৱৰ চাইনব’ৰ্ডখনৰ ফটোখন আপলোড কৰি তাত টেক্সট ওভাৰলে’ কৰি লিখিছে- ছ’চিয়েল মিডিয়াত বিজেপিৰ বিৰোধিতা কৰি থকা সাংবাদিকৰ সংবাদ প্রতিষ্ঠান বিজেপিয়ে বিজ্ঞাপন বন্ধ কৰিব নোৱাৰিব- সম্পাদক, গুৱাহাটী প্ৰেছ ক্লাৱ। এইদৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক অমৰেন্দ্ৰ ডেকাই এই মন্তব্য কৰা বুলি দাবী কৰিছে। Facebook Link […]
Continue Reading
