পাকিস্তানৰ কৰাচীৰ দৃশ্যকে গুৱাহাটীৰ বানপানী বুলি মিছাকৈ প্ৰচাৰ। 

যোৱা ৩০ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া গুৱাহাটীৰ বানপানীৰ দৃশ্য বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এখন মটৰচাইকেলৰ পিছফালে এটি শিশু কোলাত লৈ বহি অহা এগৰাকী মহিলাই বানৰ পানীৰ মাজতে তলত পৰি যায়। সেই দৃশ্যটো গুৱাহাটীৰ বুলি টেক্সট ওভাৰলে’ কৰি দাবী কৰা হৈছে।    Facebook Link Archived Link  কিন্তু […]

Continue Reading

অসমত বৰ্তমান খৰাং সদৃশ পৰিস্থিতি — এটা পৰ্যালোচনা  

পাতনি অসমত বৰ্তমান সময়ত বৃষ্টিপাত কমি অহাৰ ফলত এক খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰিস্থিতিয়ে দৈনন্দিন জীৱনত গভীৰ প্ৰভাৱ পেলাইছে। প্ৰচণ্ড তাপমাত্ৰা, বৰষুণৰ অভাৱ আৰু নদী-নলা,খাল-বিল, পুখুৰী আদি শুকাই অহা এই অৱস্থাই ৰাজ্যখনৰ জনজীৱন, কৃষি আৰু পৰিবেশৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। প্ৰাথমিক মূল্যায়নত প্ৰকাশ পাইছে যে অসমৰ ১৪খন জিলা “উচ্চ বৃষ্টিঘাটি” শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈছে। […]

Continue Reading