অপ্ৰাসংগিক ভিডিঅ’ SIR ৰ ভয়ত পশ্চিমবংগৰ পৰা বাংলাদেশী নাগৰিকৰ পলায়নৰ ভিডিঅ’ বুলি ভাইৰেল।

২০২৫ চনৰ ২৭ অক্টোবৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ঘোষণা কৰে যে পশ্চিম বংগকে ধৰি ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) কৰা হ’ব। বিশেষ নিবিড় পুনৰীক্ষণ হৈছে ভাৰতীয় নিৰ্বাচন আয়োগৰ এক প্ৰক্ৰিয়া য’ত ভোটাৰ তালিকাৰ বিস্তৃত পৰ্যালোচনা কৰা হয়, য’ত তালিকাৰ সঠিকতা নিশ্চিত কৰিবলৈ স্থানীয় পৰ্যায়ত বিতং পৰীক্ষা কৰা […]

Continue Reading