মহাত্মা গান্ধীয়ে প্ৰাৰ্থনা সভাত পাকিস্তান আৰু ভাৰতৰ সংখ্যালঘুসকলৰ সম্পৰ্কে কৰা মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।

দেশত কা বলৱৎ হোৱাৰ পিছতে আইনখনৰ সপক্ষে আৰু বিপক্ষে বিভিন্ন পোষ্ট চ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এনে সময়তে মহাত্মা গান্ধীয়ে ১৯৪৭ চনৰ ২৬ চেপ্তেম্বৰৰ প্ৰাৰ্থনা সভাত কৰা বক্তব্য বুলি ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে। পোষ্টটোত লিখা আছে এইদৰে,”মহাত্মা গান্ধীৰ ২৬ ছেপ্তেম্বৰ ১৯৪৭ চনৰ এখন প্ৰাৰ্থনা সভাৰ বক্তব্যত কৈছিল -‘যি সকল হিন্দু আৰু শিখ পাকিস্তানত […]

Continue Reading

স্বৰ্ণ মন্দিৰে জাৰি কৰা বুলি ভাইৰেল হোৱা এই জাননীখন ভুৱা।

কানাডাৰ শিখ সম্প্ৰদায়ৰ মাজত খালিস্তান বিষয়ক লৈ ভাৰত আৰু কানাডাৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে অমৃতসৰৰ স্বৰ্ণ মন্দিৰ (শ্ৰী হৰমন্দিৰ চাহাব)ৰ পৰা অহা বুলি দাবী কৰা এখন জাননী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভাইৰেল জাননী অনুসৰি বহিঃৰাজ্যৰ সকলো গুৰুদ্বাৰে ভাৰত বিৰোধী যিকোনো কাৰ্যকলাপৰ সমৰ্থন তৎক্ষণাত বন্ধ কৰিব লাগিব যিয়ে পৃথক জাতিৰ আহ্বান জনায় আৰু শিখ ধৰ্ম […]

Continue Reading