এয়া ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ দৃশ্য নহয়। এয়া ‘চিকাৰ’ চিনেমাখনৰহে দৃশ্য।
শেহতীয়াকৈ অসমৰ এগৰাকী ব্যৱহাৰকাৰীয়ে যোৱা ৬ অক্টোবৰ ২০২৫ত ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি সেয়া জুবিন গাৰ্গ অভিনীত মুক্তি আসন্ন চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ দৃশ্য বুলি দাবী কৰিছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ […]
Continue Reading