হিমাচল প্ৰদেশৰ পুৰণি ভিডিঅ’ গুৱাহাটীৰ শেহতীয়া বানপানীৰ দৃশ্য বুলি ভাইৰেল।
কেইখনমান দোকান বানপানীত উটুৱাই নিয়াৰ ভিডিঅ’ এটা শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টোত অসমৰ গুৱাহাটীৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য দেখা গৈছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট […]
Continue Reading