বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ কাৰণে নিজৰ দেশৰ অনুৰাগীয়ে অপদস্থ কৰিছে নেকি বাংলাদেশৰ ক্ৰিকেট অধিনায়ক শ্বাকিব আল হাছানক? জানক সত্য।     

শেহতীয়াকৈ অসমৰ ফেচবুকত এটি বিশেষ ভিডিঅ’ প্ৰচাৰ হোৱা দেখা গৈছে। বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক শ্বাকিব আল হাছানক বহু মানুহেৰ শাৰীৰিকভাৱে অপদস্থ কৰা দেখা গৈছে ভিডিঅ’টোত। শেহতীয়া আইচিচি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত দুৰ্বল প্ৰদৰ্শনৰ বাবেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল আছিল বাংলাদেশ। দাবী কৰা হৈছে যে সেইবাবেই এইদৰে নিজৰ দেশতে ক্ৰিকেট অনুৰাগীৰ ৰোষত পৰিছে শ্বাকিব।  পাকিস্তানৰ […]

Continue Reading