এজন সাংবাদিকে ভিআইপি উপায়ুক্তক চৰ মৰা ভিডিঅ’টোক মিছা। এই ভিডিঅ’টো একাংশ অভিনেতাৰদ্বাৰা তৈয়াৰ কৰা চিত্ৰনাট্যযুক্ত ভিডিঅ’।

শেহতীয়াভাবে অসমৰ একাংশ হোৱাছএপ ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰি থকা দেখা গৈছে। ব্য়ক্তিগত নম্বৰ তথা হোৱাটছএপ গ্ৰুপতো সেই ভিডিঅ’টো প্ৰেৰণ কৰি দাবী কৰা হৈছে যে প্ৰয়াগৰাজৰ মহাকুম্ভত গাড়ীত উঠি অহা এগৰাকী ভিআইপি, উপায়ুক্তক এগৰাকী সাংবাদিকে চৰ মাৰি শাৰীৰিকভাৱে অপদস্থ কৰিছিল।    Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

৭৬ বছৰীয়া বৃদ্ধই ১২ বছৰীয়া নাবালিকাক বিয়া পতা ভিডিঅ’টো বাস্তৱ নহয়, চিত্ৰনাট্যযুক্ত অৰ্থাৎ স্ক্ৰিপ্টেড। 

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী বৃদ্ধ ব্যক্তিৰ সৈতে এগৰাকী নাবালিকাৰ বিবাহৰ বিষয়ে কোৱা হৈছে। ভিডিঅ’টো মৰ্মে তেওঁলোক ইছলামধৰ্মী লোক বুলি জানিব পৰা যায়। দাবী কৰা হৈছে যে এগৰাকী ৭৬বছৰীয়া বৃদ্ধই এগৰাকী ১২ বছৰীয়া নাবালিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ। তাৰে এটা […]

Continue Reading

ভগৱান গণেশক পূজা কৰি থাকোতে পুৰোহিতজন হৃদৰোগত আক্ৰান্ত হোৱা ভিডিঅ’টো চিত্ৰনাট্যযুক্ত বা স্ক্ৰিপ্টেড। ভিডিঅ’টোৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই।

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এজন পুৰোহিতে ভগবান গণেশৰ পূজা কৰি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ ঢলি পৰে আৰু কিছুক্ষণ পাছত ভগবান গণেশৰ ধ্বজাখন তেওঁৰ গাত পৰে আৰু তেওঁ সম্বিত ঘুৰাই পায়। সেইদৰেই ভগবান গণেশে তেওঁৰ প্ৰাণৰক্ষা কৰা বুলি এক দাবীৰে আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো প্ৰেৰণ কৰা […]

Continue Reading