ইজৰাইলৰ গেডেৰাৰ এখন ধ্বংসপ্ৰাপ্ত বিদ্যালয়ৰ ফটো ইজৰাইলৰে নেৱাটিম বিমানঘাটিৰ বুলি দাবী কৰি ফেচবুকত প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ইজৰাইলৰ নেৱাটিম বিমানঘাটিত হোৱা বিমান আক্ৰমণৰ পাছৰ ফটো। পোষ্টটোত সেই ফটোখন নেৱাটিম বিমানঘাটি বুলি দাবী কৰি লিখিছে- ইৰাণৰ ভয়াবহ মিছাইল আক্ৰমণত ইজৰাইলৰ নেৱাতিম বিমানবন্দৰ সম্পূৰ্ণৰূপে ধ্বংস। যুদ্ধৰ বাবে সাজু কৰি ৰখা পাঁচখন অত্যাধুনিক এফ – ৩৫ বিমান জ্বলি ছাই হোৱা খবৰ। […]

Continue Reading