ইউটিউবাৰৰ ভিডিঅ’ৰ দৃশ্যকে ইউক্ৰেইনৰ খেতিপথাৰত যুদ্ধ টেংক ব্যৱহাৰ হোৱা বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ আপলোড কৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এখন যুদ্ধত ব্যৱহৃত টেংকেৰে খেতি মাটি চহোৱা হৈছে। দাবী কৰা হৈছে যে সেইখন ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত ব্যৱহৃত এখন Chieftain যুদ্ধ টেংক ইউক্ৰেইনত খেতি চহোৱাত ব্যৱহৃত হৈছ। লিখা হৈছে- ৰাছিয়া-ইউক্ৰেইন যু*দ্ধত ব্যৱহৃত ৰুছি Chieftain যু*দ্ধ টেংক ইউক্ৰেইনত ব্যৱহৃত হ’ল […]

Continue Reading