আৰ এছ এছৰ কৰ্মীসকলে কৰা উদ্ধাৰ অভিযানৰ পুৰণি ফটো ৱায়ানাডৰ শেহতীয়া পৰিস্থিতিৰ সৈতে জড়িত বুলি ভাইৰেল।

কেৰেলাৰ ৱায়ানাডত যোৱা ৩০ জুলাইত হোৱা ভূমিস্খলনত তিনিশৰো অধিক লোকৰ মৃত্যু হৈছে আৰু বহুতো লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। চৰকাৰৰ লগতে বিভিন্ন দল- সংগঠন উদ্ধাৰ আৰু সাহাৰ্য অভিযানত জড়িত হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত কেইখনমান বিশেষ ফটোৰ এখন ক’লাজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত কিছু লোকে সাহাৰ্য বিতৰণ কৰা আৰু বানাক্ৰান্ত এলেকালৈ যোৱা দেখা গৈছে। […]

Continue Reading

কানাডাত সঁচাকৈয়ে আৰএছএছক নিষিদ্ধ কৰা হৈছে নেকি? সত্যটো কি জানক।  

শেহতীয়াভাৱে কানাডাত এগৰাকী শিখ নেতাক হত্যা কৰাক লৈ ভাৰত আৰু কানাডাৰ মাজৰ কুটনৈতিক সম্পৰ্কত প্ৰভাৱ পৰা দেখা গৈছে। পৃথক খালিস্তানৰ দাবীয়ে বিশ্বৰ আন প্ৰান্তৰ কিছুমান দেশত ভাৰত বিৰোধী এক বাতাবৰণৰ সৃষ্টি কৰা দেখা গৈছে। তেনে পৰিপ্ৰেক্ষিটত ফেচবুক, এক্স(পূৰ্বৰ টুইটাৰ) আদি সামাজিক মাধ্যমত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হোৱা দেখা গৈছে, য’ত এগৰাকী ব্যক্তিয়ে কানাডাত আৰএছএছ নিষিদ্ধ […]

Continue Reading

ইছৰোৰ মুৰব্বী এচ সোমনাথ আৰ এছ এছৰ কাৰ্যালয়লৈ যোৱা নাছিল।

শেহতীয়াকৈ আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত কেপশ্বন দিয়া আছিল এইদৰে – “বাংগালুৰুত আৰ এছ এছৰ (RSS)কাৰ্যালয়ত ইছৰোৰ (ISRO)মুৰব্বী সোমনাথ জী।বামপন্থী,চেকুলাৰ,সমাজবাদী সকলক কঠিন হৃদস্পন্দন দিব এই ভিদিঅ টোৱে 😂 #জয়মাভাৰতী 🚩🚩”। ভিডিঅ’টোত ইছৰোৰ মুৰব্বী এচ সোমনাথক এজন ব্যক্তিয়ে সম্বৰ্ধনা জনোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো বাংগালুৰুৰ আৰ এছ এছ […]

Continue Reading

ফটোখনৰ বাওঁফালে থকা ব্যক্তি দুজন মণিপুৰৰ ঘটনাৰ অভিযুক্ত নহয়।

মণিপুৰত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ মূল অভিযুক্ত এজনক মণিপুৰ আৰক্ষীয়ে গ্ৰপ্তাৰ কৰাৰ পিছতে অভিযুক্ত হুইৰেম হিৰোদাস মেইটেইৰ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। তেনে সময়তে মণিপুৰৰ ঘটনাৰ অভিযুক্ত বুলি আন এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। ফটোখনত আৰ এছ এছৰ পোছাক পৰিহিত দুজন লোকক দেখা গৈছে। দাবী কৰা হৈছে যে এই লোক দুজন মণিপুৰৰ ঘটনাত […]

Continue Reading

এইটো অসমত আৰএছএছ’ৰ কাৰ্য্যলয় ভঙাৰ ভিডিঅ’ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন ঠাইত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে, অসমৰ এক বিশেষ ভিডিঅ’ বহিৰাজ্যত ভাইৰেল হৈ পৰিছে ।   অসমত ‘কা’ বিৰোধী প্ৰতিবাদকাৰীয়ে আৰএছএছ’ৰ অফিচ লণ্ড ভণ্ড কৰা বুলি এটা ভিডিঅ’ চাকিৰ নামৰ এটা ফেচবুক একাউন্টৰ পৰা যোৱা ১৩ ডিচেম্বৰ, […]

Continue Reading