কেবিনত ধোঁৱাৰ সৃষ্টি হোৱা এই ভিডিঅ’টোৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ লগত সম্পৰ্ক নাই। 

শেহতীয়াভাৱে অসমৰ ইনষ্টাগ্ৰামত এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি কেপছনত লিখিছে -আহমেদাবাদত বিমান দুৰ্ঘটনাৰ Live দৃশ্য। ভিডিঅ’টোৰে সেয়া শেহতীয়া আহমেদাবাদ দুৰ্ঘটনাৰ বিমানখনৰ ভিতৰভাগৰ দৃশ্য বুলি দাবী কৰা হৈছে।   Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading