জেছিকা ৰেডক্লিফ নামৰ ট্ৰেইনাৰ গৰাকীক ওৰ্কাই হত্যা কৰা ভিডিঅ’টো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা
শেহতীয়াকৈ অসমৰ বহু কেইগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে আমেৰিকাৰ জেছিকা নামৰ যুৱতী এগৰাকীক তেওঁৰ দ্বাৰাই প্ৰশিক্ষিত এটি ওৰ্কা তিমিয়ে হত্যা কৰিছে। ইতিমধ্যেই আমাৰ দেশৰ অন্য প্ৰান্তৰ লগতে বিশ্বৰ বিভিন্ন স্থানতো সেই দাবীটো চৰ্চিত হোৱা আমাৰ চকুত পৰিছে। জেছিকা ৰেডক্লিফ নামৰ এগৰাকী ট্ৰেইনাৰক এটি মনোৰঞ্জনমূলক অনুষ্ঠানৰ মাজতে তেওঁৰেই মৰমৰ পোহনীয়া ওৰ্কাটোৱে […]
Continue Reading